Show/Hide Keyboard Layout

লৈ যোৱা একেবাৰে

- সীমান্ত শেখৰ

লৈ যোৱা একেবাৰে, থৈ দিয়া কাষৰতে

লৈ যোৱা একেবাৰে, থৈ দিয়া কাষৰতে

আলফুল মৰমেৰে, ক’তো দুখ নোপোৱাকে

দিলো মোৰ হিয়াত তোমাৰ নজনাকে, নজনাকে ।

নজনাকে, নজনাকে ।

লৈ যোৱা একেবাৰে ...

 

অ’ সময় ৰৈ যা, ৰৈ যা, ৰৈ যা ।

অ’ বতাহ লৈ যা, লৈ যা, লৈ যা ।

অ’ সময় ৰৈ যা, ৰৈ যা, ৰৈ যা ।

মোৰ ওঁঠৰ হাঁহি আজি মাথো অ’ তেওঁৰ বাবেই,

দিদিলো একেবাৰে, থৈ দিয়া কাষৰতে ...

 

অ’ জোনাক নামি আহ, নামি আহ, নামি আহ ।

তেওঁৰ হিয়াত প্ৰেমৰ সুৱাস ঢালি আহ ।

অ’ জোনাক নামি আহ, নামি আহ, নামি আহ ।

আৰু কৈ দিবি আছো যে মই ৰৈ তেওঁৰ বাবেই ।

দিদিলো একেবাৰে, এবাৰো নভবাবে,

আলফুল মৰমেৰে, ক’তো দুখ নোপোৱাকে

দিলো মোৰ হিয়াত তোমাৰ নজনাকে, নজনাকে ।

নজনাকে, নজনাকে ।

Hits: 1597